অর্থ : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ
উদাহরণ :
বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে
সমার্থক : পীৰিতি, প্রেম, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি
অর্থ : এনেকুৱা আনন্দ বা ভয় যাৰ কাৰণে গাৰ নোম থিয় হৈ যায়
উদাহরণ :
মুকুলে অত্যধিক ৰোমাঞ্চৰ কাৰণে কথা কʼব পৰা নাছিল
সমার্থক : পুলক