সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধর্ম অনুসৰি পবিত্র হোৱা অৱস্থা
উদাহরণ : গংগাজলৰ পবিত্রতাত কোনো সন্দেহ নাই
সমার্থক : পবিত্রতা, শুচিতা
অর্থ : বিশুদ্ধ হোৱাৰ অৱস্থা
উদাহরণ : সোণাৰীয়ে সোণ দেখিয়েই তাৰ বিশুদ্ধতা প্রমাণ পায়
সমার্থক : বিশুদ্ধতা, বিশুদ্ধি, যথার্থত্া, সাৰবত্তা
অর্থ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
সমার্থক : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, স্বচ্ছতা
ইনস্টল