অর্থ : যি আশংকাৰে ভৰা বা যাৰ আশংকা আছে
উদাহরণ :
তেওঁ এই ্ কামটোক লৈ শংকিত
সমার্থক : আশংকাপূর্ণ, আশংকিত, আশঙ্কিত, শংকাজনক, শংকাপূর্ণ, শঙ্কাজনক, শঙ্কিত, সশংকিত, সশঙ্কিত, ্আশঙ্কাপূর্ণ, ্শঙ্কাপূর্ণ
অর্থ : যাৰ শংকা বা সন্দেহ হৈছে
উদাহরণ :
শংকিত ব্যক্তিয়ে সন্দেহৰ দৃষ্টিৰে সকলো বস্তুকে চায়
সমার্থক : আশংকিত, সন্দেহযুক্ত