পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লেৰেলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লেৰেলা   ক্ৰিয়া

অর্থ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

উদাহরণ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

সমার্থক : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

অর্থ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

উদাহরণ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

সমার্থক : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

অর্থ : যাৰ সতেজতা নোহোৱা হৈছে

উদাহরণ : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

অর্থ : যি বহুত ্দুর্বল আৰু ক্ষীণ

উদাহরণ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

সমার্থক : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

অর্থ : যি শুকাবলৈ ধৰিছে

উদাহরণ : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

সমার্থক : লেৰেলি যোৱা