সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ওকণীৰ কণী
উদাহরণ : তাইৰ চুলিত লেখি ওকণী হৈছে
সমার্থক : ফুটনি, লেখি
অর্থ : লিপিৰ ৰূপত লিখা কার্য
উদাহরণ : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে
সমার্থক : লিপিবদ্ধ
অর্থ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
উদাহরণ : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
সমার্থক : লিপিবদ্ধ কৰা
অর্থ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
উদাহরণ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
সমার্থক : কপি কৰা, টোকা, নকল কৰা
অর্থ : খাটা, কাগজ আদিত লিখোৱা
উদাহরণ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে
সমার্থক : ভৰোৱা, লিখোৱা
ইনস্টল