অর্থ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
উদাহরণ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
সমার্থক : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
অর্থ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
উদাহরণ :
তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
অর্থ : বেয়া দশা বা অৱস্থালৈ অনা কার্য
উদাহরণ :
ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
অর্থ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
উদাহরণ :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
সমার্থক : নষ্ট কৰা