সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি মাত্রা হিচাপত অধিক
উদাহরণ : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
সমার্থক : গধুৰ, বহুত ডাঙৰ
অর্থ : দেখাত বিশাল আৰু সুন্দৰ
উদাহরণ : তাজমহল এটা জকমকীয়া প্রাসাদ
সমার্থক : জকমকীয়া
অর্থ : বহুত ডাঙৰ
উদাহরণ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
সমার্থক : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
অর্থ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
উদাহরণ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
সমার্থক : বিশাল, বিৰাট, বৃহদ
ইনস্টল