অর্থ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
উদাহরণ :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
সমার্থক : বিশ্বাসঘাতক, বিশ্বাসঘাতী
অর্থ : যি বিশ্বাসঘাতকতা কৰে
উদাহরণ :
বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
সমার্থক : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
অর্থ : বিশ্বাসঘাত কৰোতাজন
উদাহরণ :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
সমার্থক : বিশ্বাসঘাতক, বিশ্বাসঘাতী