সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধ্বংস কৰা ব্যক্তি
উদাহরণ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
সমার্থক : ধ্বংসকাৰী, নাশী, বিনাশী, সংহাৰক
অর্থ : যি বস্তুৱে ধ্বংস কৰে
উদাহরণ : বাৰুদ এক বিনাশক
সমার্থক : ধ্বংসক
অর্থ : যি কাৰোবাক হত্যা কৰিছে
উদাহরণ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
সমার্থক : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
অর্থ : যি নাশ কৰে
উদাহরণ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
সমার্থক : নাশক, বিনাশী
ইনস্টল