সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
উদাহরণ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
সমার্থক : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
অর্থ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
উদাহরণ : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
সমার্থক : পুতি থকা
অর্থ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
উদাহরণ : ইছলাম ধর্মত শৱ ্পোতা হয়
ইনস্টল