পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পটি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পটি   বিশেষ্য

অর্থ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ

উদাহরণ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে

সমার্থক : ধৰণি, পটী, পট্টি, পট্টী, বন্ধনী, বেণ্ডেজ, বেন্দেজ

অর্থ : শিৰৰ সেওঁতাৰ দুয়োফালৰ চুলিক ফণীৰে আঁচুৰি পৰিপাটীকৈ সজোৱা একধৰণৰ কেশসজ্জা

উদাহরণ : শীলাই নিজৰ চুলিখিনিক পটিৰ ৰূপ দি আছে