অর্থ : যিয়ে কোনো কাম নকৰে
উদাহরণ :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
সমার্থক : অকর্মণ্য ব্যক্তি
অর্থ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
উদাহরণ :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
সমার্থক : কর্মবিহীন