সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
উদাহরণ : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
সমার্থক : নির্লোভ, লালসাৰহিত, লোভহীন
অর্থ : যাৰ ইচ্ছা নাই
উদাহরণ : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
সমার্থক : অনভিলাষী, অনিচ্ছুক
অর্থ : যি ইচ্ছুক নহয়
উদাহরণ : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
অর্থ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
উদাহরণ : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
সমার্থক : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
ইনস্টল