অর্থ : প্রসংগক্রমে যাৰ উল্লেখ, চর্চা অথবা উদ্ধৃতিকৰণ কৰা হʼল বা যাৰ ফালে নির্দেশ ্বা সংকেত দিয়া হʼল
উদাহরণ :
নির্দেশিত পংক্তিৰ ওপৰত ধ্যান দিব
সমার্থক : নির্দেশকৃত
অর্থ : যাৰ নির্দেশ ্কৰা হৈছে
উদাহরণ :
এই নক্সাত তী্র্থ্্স্থানসমূহক গোল চিহ্নৰ দ্বাৰা নির্দেশিত কৰা হৈছে
সমার্থক : নির্দিষ্ট