অর্থ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
উদাহরণ :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
অর্থ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
উদাহরণ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
সমার্থক : অনুকৰণ কৰা, অনুসৰণ কৰা