অর্থ : দৃঢ়তা সহকাৰে
উদাহরণ :
তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
সমার্থক : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়ভাৱে
অর্থ : ইচ্ছা বা সংকল্পৰ সৈতে
উদাহরণ :
মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম
সমার্থক : দৃঢ়তাপূর্বক, দৃঢ়ভাৱে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে