অর্থ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
উদাহরণ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
সমার্থক : লোৱা
অর্থ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
উদাহরণ :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
সমার্থক : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
অর্থ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
উদাহরণ :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
অর্থ : বাহি থোৱা ভোজন গ্রহণ কৰা
উদাহরণ :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
সমার্থক : ভোজন কৰা
অর্থ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
উদাহরণ :
তেওঁ মর্টন ্চোৱাই আছে
সমার্থক : চোৱোৱা