সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কৰা হোৱা নাই
উদাহরণ : প্রথমে নকৰা কামখিনি আৰম্ভ কৰা
সমার্থক : অকৃত, অক্রিয়, অসম্পন্ন, অসাধিত, নকৰা-
অর্থ : যি কাম নকৰে বা কোনো কামত লাগি থকা নাই
উদাহরণ : অনুঘটক নিষ্ক্রিয় হৈ থাকে
সমার্থক : ক্রিয়াৰহিত, নিষ্ক্রিয়
ইনস্টল