অর্থ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
উদাহরণ :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
সমার্থক : যাতনা দিয়া, শাস্তি দিয়া
অর্থ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
উদাহরণ :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
সমার্থক : দুখ দিয়া
অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
উদাহরণ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
সমার্থক : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া