সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
উদাহরণ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
সমার্থক : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
অর্থ : আস্থা বা শ্রদ্ধাৰ অভাৱ
উদাহরণ : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
সমার্থক : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
ইনস্টল