অর্থ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
উদাহরণ :
ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
অর্থ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
উদাহরণ :
অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
সমার্থক : নাথহীন
অর্থ : যাৰ কোনো মালিক নাই
উদাহরণ :
ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
অর্থ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
উদাহরণ :
শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে