అర్థం : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ఉదాహరణ :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
పర్యాయపదాలు : বচা
అర్థం : কোনো কথাৰ সূত্রপাত ঘটোৱা
ఉదాహరణ :
বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
పర్యాయపదాలు : ৰোপন কৰা
అర్థం : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ఉదాహరణ :
খেতিয়কে খেতিপথাৰত ধান ৰুইছে
పర్యాయపదాలు : ৰোপন কৰা