సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উদ্ভিদ আদিৰ ৰোপন কার্য
ఉదాహరణ : মালীয়ে টাবত গোলাপৰ কলম লগালে
పర్యాయపదాలు : লগোৱা
అర్థం : কোনো কথাৰ সূত্রপাত ঘটোৱা
ఉదాహరణ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
పర్యాయపదాలు : ৰোৱা
అర్థం : ৰোপন কৰাৰ কাম হোৱা
ఉదాహరణ : পথাৰত ৰোপন কৰা হৈছে
అర్థం : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ఉదాహరణ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
ఆప్ స్థాపించండి