అర్థం : বিৰাম সহিতে
ఉదాహరణ :
তেওঁ ্ কামৰ মাজত ৰৈ ৰৈ মোৰ লগত কথাও পাতি আছিল
పర్యాయపదాలు : আস্তে আস্তে, জিৰণি লৈ, বিৰাম লৈ, মন্থৰগতিৰে
అర్థం : বাৰে বাৰে কিন্তু কিছু বিৰতিৰ পিছত
ఉదాహరణ :
ৰৈ ৰৈ তেওঁৰ হাঁহিটো শুনা গৈছিল