సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰেলগাড়ী অহা-যোৱা কৰা পথ
ఉదాహరణ : ভাৰতৰ বিভিন্ন চহৰৰ পৰা দিল্লীলৈ পোনপটীয়া ৰেলপথৰ ব্যৱস্থা আছে
పర్యాయపదాలు : ৰেল লাইন, ৰেলৰ আলি
అర్థం : ৰেলগাড়ীৰ চকা চলিব পৰা লোহাৰ দীঘল আৰু সমান্তৰাল পাট বিশেষ
ఉదాహరణ : আমাৰ চহৰৰ ফালেদি নতুন ছিৰি বহুওৱা হৈছে
పర్యాయపదాలు : ছিৰি, ৰেল পথ, ৰেল লাইন, ৰেলৰ ছিৰি
ఆప్ స్థాపించండి