సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সৰু কণা বিশেষ
ఉదాహరణ : মোৰ চকুত বালিৰ কণা সোমাইছে
పర్యాయపదాలు : কণ, কণা, কণিকা
అర్థం : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
ఉదాహరణ : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
పర్యాయపదాలు : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
అర్థం : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
ఉదాహరణ : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
ఆప్ స్థాపించండి