అర్థం : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
ఉదాహరణ :
প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
పర్యాయపదాలు : ৰেখাংকন
అర్థం : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
ఉదాహరణ :
শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
పర్యాయపదాలు : ৰেখা-চিত্র, ৰেখাংকন
అర్థం : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
ఉదాహరణ :
শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
పర్యాయపదాలు : ৰেখাংকন