పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰূপ అనే పదం యొక్క అర్థం.

ৰূপ   বিশেষ্য

అర్థం : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ఉదాహరణ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

పర్యాయపదాలు : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

అర్థం : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ఉదాహరణ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

పర్యాయపదాలు : আকৃতি, ৰচনা

అర్థం : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

ఉదాహరణ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

పర్యాయపదాలు : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

అర్థం : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

ఉదాహరణ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

పర్యాయపదాలు : ৰজত, ৰূপা

అర్థం : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

ఉదాహరణ :

పర్యాయపదాలు : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

అర్థం : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

ఉదాహరణ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

అర్థం : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

ఉదాహరణ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

అర్థం : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

ఉదాహరణ : তেওঁৰ ্ কান্তি নিৰুপম

పర్యాయపదాలు : কান্তি, সৌন্দর্য