అర్థం : কৌশলগত ঢঙেৰে
ఉదాహరణ :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
పర్యాయపదాలు : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
అర్థం : পৰম্পৰা পালন কৰি
ఉదాహరణ :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
పర్యాయపదాలు : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি