పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰাষ্ট্রীয়কৰণ అనే పదం యొక్క అర్థం.

ৰাষ্ট্রীয়কৰণ   বিশেষ্য

అర్థం : এখন ৰাষ্ট্রৰ ৰূপত হোৱা বা কৰা কার্য

ఉదాహరణ : স্বাধীনতা লাভ কৰোতেই পাকিস্তানৰ ৰাষ্ট্রীয়কৰণ হʼল কেতিয়াবা কেতিয়াবা কোনো প্রদেশৰ কিছুমান স্বার্থপৰ ্লোকে দ্বাৰা ৰাষ্ট্রীয়কৰণৰ দাবী কৰে

అర్థం : যি কাৰোবাৰ ব্যক্তিগত বা কোনো ব্যক্তি আদিৰ অধিকাৰ আছে তাক সলনি কৰি তাৰ ওপৰত চৰকাৰ বা ৰাষ্ট্রৰ নিয়ন্ত্রণ বা অধিকাৰ স্থাপন কৰা কার্য

ఉదాహరణ : বহুতো ব্যক্তিগত বেংকৰ ৰাষ্ট্রীয়কৰণ কৰা হʼল