సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
ఉదాహరణ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
పర్యాయపదాలు : চৰকাৰ, দেশ
అర్థం : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
ఉదాహరణ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
పర్యాయపదాలు : দেশ
అర్థం : কোনো দেশত বাস কৰা লোক
ఉదాహరణ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
ఆప్ స్థాపించండి