సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
ఉదాహరణ : মোৰ ৰাশি কন্যা
అర్థం : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ఉదాహరణ : এক কোটি বহুত ডাঙৰ সংখ্যা
పర్యాయపదాలు : অংক, অঙ্ক, সংখ্যা
అర్థం : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ఉదాహరణ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
పర్యాయపదాలు : গোট, দʼম, সমষ্টি, সমূহ
ఆప్ స్థాపించండి