సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰজাৰ দৰবাৰ বা সভা
ఉదాహరణ : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল
పర్యాయపదాలు : ৰাজ-দৰবাৰ, ৰাজ-সভা, ৰাজসভা
అర్థం : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে
ఉదాహరణ : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল
పర్యాయపదాలు : দৰবাৰ, ৰাজ-দৰবাৰ
ఆప్ స్థాపించండి