అర్థం : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
ఉదాహరణ :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
అర్థం : ৰজাসকলৰ দৰে
ఉదాహరణ :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
అర్థం : ৰজাৰ বা ৰজা সম্বন্ধীয়
ఉదాహరణ :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
అర్థం : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
ఉదాహరణ :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
అర్థం : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
ఉదాహరణ :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে