అర్థం : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
ఉదాహరణ :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
పర్యాయపదాలు : প্রস্থান কৰা
అర్థం : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
ఉదాహరణ :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
పర్యాయపదాలు : গমন কৰা, প্রস্থান কৰা, যোৱা