పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰাইজ అనే పదం యొక్క అర్థం.

ৰাইজ   বিশেষ্য

అర్థం : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

ఉదాహరణ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

పర్యాయపదాలు : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত

అర్థం : মানুহৰ সমষ্টি বা সমূহ

ఉదాహరణ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

పర్యాయపదాలు : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি

అర్థం : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

ఉదాహరణ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

పర్యాయపదాలు : জনতা, জনমানস

అర్థం : পৃথিৱীত থকা লোক

ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

పర్యాయపదాలు : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ