సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ఉదాహరణ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
పర్యాయపదాలు : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
అర్థం : মানুহৰ সমষ্টি বা সমূহ
ఉదాహరణ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
పర్యాయపదాలు : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
అర్థం : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ఉదాహరణ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
పర్యాయపదాలు : জনতা, জনমানস
అర్థం : পৃথিৱীত থকা লোক
ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
పర్యాయపదాలు : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
ఆప్ స్థాపించండి