అర్థం : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
ఉదాహరణ :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
పర్యాయపదాలు : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
అర్థం : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
ఉదాహరణ :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
పర్యాయపదాలు : সালসলনি
అర్థం : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
ఉదాహరణ :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
పర్యాయపదాలు : অদল-বদল