సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
ఉదాహరణ : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
పర్యాయపదాలు : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
అర్థం : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
ఉదాహరణ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
పర్యాయపదాలు : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
అర్థం : যাৰ ৰজ প্রবাহিত হৈ আছে
ఉదాహరణ : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
పర్యాయపదాలు : ঋতুমতী, ৰজৱতী
ఆప్ స్థాపించండి