పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰচনা అనే పదం యొక్క అర్థం.

ৰচনা   বিশেষ্য

అర్థం : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ఉదాహరణ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

పర్యాయపదాలు : আকৃতি, ৰূপ

అర్థం : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

ఉదాహరణ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

పర్యాయపదాలు : নিবন্ধ, প্রবন্ধ, লেখা

అర్థం : অনেক অৱয়বযুক্ত ৰচনা

ఉదాహరణ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

పర్యాయపదాలు : গঠন

అర్థం : সাহিত্য সম্বন্ধীয় কৃতি

ఉదాహరణ : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

పర్యాయపదాలు : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

అర్థం : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ఉదాహరణ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

పర్యాయపదాలు : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

అర్థం : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

ఉదాహరణ : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে