సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাৱবোৰ প্রকাশিত নকৰা
ఉదాహరణ : তেওঁ নিজৰ খঙক ৰখালে
అర్థం : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
ఉదాహరణ : গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
అర్థం : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
ఉదాహరణ : পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
పర్యాయపదాలు : ৰখাই দিয়া
ఆప్ స్థాపించండి