అర్థం : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
ఉదాహరణ :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
అర్థం : স্থিত কৰা
ఉదాహరణ :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
అర్థం : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
ఉదాహరణ :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
పర్యాయపదాలు : সমর্পিত কৰা
అర్థం : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
ఉదాహరణ :
పర్యాయపదాలు : ৰৈ থকা
అర్థం : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
ఉదాహరణ :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
అర్థం : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ఉదాహరణ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
పర్యాయపదాలు : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
అర్థం : প্রস্তুত কৰা
ఉదాహరణ :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
అర్థం : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
ఉదాహరణ :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে