సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
ఉదాహరణ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
పర్యాయపదాలు : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ
అర్థం : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ఉదాహరణ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
పర్యాయపదాలు : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত
ఆప్ స్థాపించండి