అర్థం : আকাশলৈ উৰি গৈ ফুটা এক ধৰণৰ ফটকা
ఉదాహరణ :
দেৱালীৰ দিনা আমি ৰকেট ফুটালোঁ
అర్థం : ইন্ধন হিচাপে এক ধৰণৰ বিশেষ গেছ জাতীয় পদার্থ প্রয়োগ কৰি উৎক্ষেপণ কৰা এক ধৰণৰ আকাশীযান
ఉదాహరణ :
মহাকাশ গৱেষণা কেন্দ্রৰ পৰা ৰকেটত কৃত্রিম উপগ্রহ সংলগ্ন কৰি আকাশলৈ পঠোৱা হয়