సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
ఉదాహరణ : জলাশয়ত পদুম ফুল ফুলি আছে
పర్యాయపదాలు : জলাশয়
అర్థం : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ఉదాహరణ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
పర్యాయపదాలు : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ
అర్థం : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
ఉదాహరణ : তেওঁ সৰোবৰত গা ধুই আছে
పర్యాయపదాలు : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ
ఆప్ స్థాపించండి