అర్థం : কোনো কার্যৰ ্বাকী নথকা
ఉదాహరణ :
আপোনাৰ ভাত খোৱা হʼল নেকি
అర్థం : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
ఉదాహరణ :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
పర్యాయపదాలు : সমাবেশ হোৱা
అర్థం : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
ఉదాహరణ :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
అర్థం : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ఉదాహరణ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
పర్యాయపదాలు : থকা, স্থিত হোৱা
అర్థం : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
ఉదాహరణ :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
అర్థం : প্রতিৰূপ হোৱা
ఉదాహరణ :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে