సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ఉదాహరణ : মেজত থোৱা কিতাপখন কʼত হেৰাল
పర్యాయపదాలు : উৰা
అర్థం : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
ఉదాహరణ : মোৰ চাবিপাত হেৰাল
అర్థం : দেখা নোপোৱা
ఉదాహరణ : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
పర్యాయపదాలు : হেৰাই যোৱা
అర్థం : যিটো হেৰাইছে
ఉదాహరణ : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
పర్యాయపదాలు : নিৰুদ্দেশ
ఆప్ స్థాపించండి