పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి হুলস্থূল అనే పదం యొక్క అర్థం.

হুলস্থূল   বিশেষ্য

అర్థం : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

ఉదాహరణ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

పర్యాయపదాలు : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হৈ-চৈ, ৰিঙা-ৰোৱা

అర్థం : ব্যৱস্থাৰ অভাৱ

ఉదాహరణ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

పర్యాయపదాలు : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা

అర్థం : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

ఉదాహరణ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

పర్యాయపదాలు : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হৈ-চৈ

అర్థం : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা

ఉదాహరణ : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল

పర్యాయపదాలు : হৈ-চৈ

అర్థం : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ

ఉదాహరణ : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে

పర్యాయపదాలు : উখল-মাখল, ঘমঘণ্ট