సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সম্পূর্ণৰূপে সেই ৰূপতে
ఉదాహరణ : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
పర్యాయపదాలు : হুবহুৰূপে
అర్థం : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ఉదాహరణ :
పర్యాయపదాలు : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
అర్థం : এই ধৰণৰ
ఉదాహరణ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
పర్యాయపదాలు : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
అర్థం : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
ఉదాహరణ : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
ఆప్ స్థాపించండి