సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ఉదాహరణ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
పర్యాయపదాలు : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান
అర్థం : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ఉదాహరణ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
పర్యాయపదాలు : অনুজ্ঞা, আজ্ঞা, আদেশ
ఆప్ స్థాపించండి