అర్థం : প্রত্যাহ্বান জনোৱা শ্্ব্দ বিশেষ
ఉదాహరణ :
শত্রুৰ হুংকাৰ শুনি ্তেওঁ ্বাহিৰলৈ ওলায় আহিল
అర్థం : কোনো কাম কৰিবৰ কাৰণে উচ্চ স্তৰত চিঞৰি উৎসাহিত কৰা কার্য
ఉదాహరణ :
হালোৱাজনে বাৰে-বাৰে দিয়া হুংকাৰত বলদহাল বেগাই যাবলৈ ধৰিলে
అర్థం : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ఉదాహరణ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
పర్యాయపదాలు : গর্জন